June 15, 2025 1:37 PM June 15, 2025 1:37 PM
9
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত দিহিং খামটি খেলপথাৰত কেন্দ্ৰীয় সামূহিক ৰান্ধনিঘৰৰ আধাৰশিলা স্থাপন
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জনপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত দিহিং খামটি খেলপথাৰত কেন্দ্ৰীয় সামূহিক ৰান্ধনিঘৰৰ আধাৰশিলা স্থাপন কৰে। ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া প্ৰকল্পটো ২০২৬ চনৰ ছেপ্তেম্বৰ মাহত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। প্ৰধানমন্ত্ৰী পোষণৰ অধীনত সমগ্ৰ শিক্ষা অভিযানৰ দ্বাৰা এই বান্ধনিঘৰৰ পৰা কাষৰ বিদ্যালয়সমূহৰ শিক্ষার্থীসকলক গুণগত, মানসম্পন্ন, পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত দুপৰীয়াৰ আহাৰ প্ৰদান কৰা হ'ব। শিশুৰ ...