July 18, 2025 8:09 PM

views 13

উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যত চলিত বছৰৰ অক্টোবৰৰ ভিতৰত পুনৰ ৪০ৰ পৰা ৫০ হাজাৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আজি উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদানৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এইকথা প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে ৰাজ্যখনত নিযুক্ত ডেৰ লাখতকৈও বৃদ্ধি পাব বুলি ৬০ শর্মাই উল্লেখ কৰে। আজি নিযুক্তি লাভ কৰাসকলৰ ভিতৰত কাৰিকৰী প্ৰতিষ্ঠানৰ প্ৰৱক্তা পদত ২৩৬ গৰাকী, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্রশিক্ষক পদত ৮৫ গৰাকী প্ৰা...

June 18, 2025 8:26 PM

views 13

৪০০ গৰাকী চিকিৎসা আৰু স্বাস্থ্য বিষয়াক ৰাজ্য চৰকাৰৰ নিযুক্তি পত্র প্রদান

অসম চৰকাৰে ৪০০ গৰাকী চিকিৎসা আৰু স্বাস্থ্য বিষয়াক আজি নিযুক্তি পত্র প্রদান কৰে। তৃণমূল পৰ্যায়ৰ পৰা মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদানৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই নিযুক্তি প্ৰদান কৰা হৈছে। এই উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় প্রেক্ষাগৃহত আয়োজিত কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে। নিজৰ ভাষণত তেওঁ কয় যে নৱনিযুক্ত বিষয়াসকলে চৰকাৰী চাকৰি লাভৰ সপোন বাস্তৱায়িত কৰাৰ লগতে উন্নত স্বাস্থ্য সেৱা প্ৰদানত সহায় কৰিব। বিগত কেইবছৰমানত স্বাস্থ্য সেৱাৰ দিশত লাভ কৰা স...

July 15, 2024 8:02 PM

views 23

৪১ গৰাকী প্ৰাৰ্থীক শিক্ষা বিভাগত নিযুক্তি প্ৰদান ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে আজি এক লাখ নিযুক্তি প্ৰদানৰ অংশ হিচাপে ৪১ গৰাকী প্ৰাৰ্থীক শিক্ষা বিভাগত নিযুক্তি প্ৰদান কৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে নিযুক্তি পত্র বিতৰণ কৰে। লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই উচ্চ শিক্ষা সঞ্চালকালয়ত ২২ গৰাকী, কাৰিকৰী শিক্ষা সঞ্চালকালয়ত ১২ গৰাকী আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত ৭ গৰাকী যোগ্য প্রার্থীক নিযুক্তি প্ৰদান কৰে। এই নিযুক্তি প্ৰদানৰ ফলত এইপ র্যন্ত ৯৭ হাজাৰ ৪৯৫টা পদত নিযুক্তি সম্পূর্ণ হয়। আনহাতে, অহা বছৰৰ এপ্ৰিল ...