August 5, 2024 12:23 PM August 5, 2024 12:23 PM

views 11

শীঘ্ৰে ৰাজ্যত নতুন বাসিন্দা নীতি প্ৰণয়ন কৰা হ’ব বুলি মুখ্যমন্ত্রীৰ মন্তব্য

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত অংশ লৈ শীঘ্ৰে ৰাজ্যত নতুন বাসিন্দা নীতি প্ৰণয়ন কৰা হ'ব বুলি মন্তব্য কৰে। সভাত দলীয় সদস্যসকলক সম্বোধন কৰি তেওঁ কয় যে, নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্য চৰকাৰ এক লাখ চৰকাৰী চাকৰিত খিলঞ্জীয়াক অগ্ৰাধিকাৰ দিছে। চাকৰি লাভ কৰা প্ৰাৰ্থীৰ সম্পূৰ্ণ তালিকা প্রকাশ হ'লে এই কথা স্পষ্ট হৈ পৰিব বুলি তেওঁ দৃঢ়তাৰে কয়। চাকৰিৰ ক্ষেত্ৰত খিলঞ্জীয়া বাসিন্দাৰ অগ্ৰাধিকাৰৰ প্ৰসংগত তেওঁ কয় যে, বাসিন্দা নীতিৰ অধীনত ৰাজ্যখনত জন্মগ...