April 19, 2025 8:17 PM

views 42

ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানলৈ প্ৰধানমন্ত্রীক আমন্ত্রণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰধানমন্ত্রীক আমন্ত্রণ জনায়। মুখ্যমন্ত্ৰীয়ে শ্রীমোদীক অসম জৈৱ ইথানল প্রকল্প উদ্বোধন আৰু ৫ হাজাৰ ৭০০ কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটী ৰিং ৰোড প্রকল্প তথা দৰং চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আধাৰশিলা স্থাপনৰ বাবে প্ৰধানমন্ত্ৰীক অনুৰোধ জনায়। মুখ্যমন্ত্ৰী ড০ শর্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে প্রধানমন্ত্রীয়ে এই আমন...