October 29, 2025 11:22 AM

views 27

বিটিচিলৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ পুঁজি আবণ্টন সুনিশ্চিত কৰাৰ সন্দৰ্ভত অসম মন্ত্ৰীসভা আৰু বিটিচি পৰিষদৰ বৈঠক

দিছপুৰৰ লোকসেৱা ভৱনত কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অসম মন্ত্ৰীসভাৰ কেইবাজনো মন্ত্ৰীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী আৰু পৰিষদৰ অন্যান্য কাৰ্যবাহী সদস্যসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত বিটিচিৰ উন্নয়ন আৰু কল্যাণমূলক বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃতভাৱে পৰ্যালোচনা কৰা হয়। অঞ্চলটোত সকলো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ পূৰ্ণ ৰূপায়ণ আৰু কল্যাণমূলক আঁচনিৰ ১০০ শতাংশ কাম সুনিশ্চিত কৰাৰ বাবে বিশেষভাৱে নিৰ্দেশনা জাৰি কৰা হৈছে। বড়োভূমিত স্থায়ী শান্তি আৰু ...