June 18, 2025 1:11 PM

views 15

সদৌ মৰাণ ছাত্ৰ সন্থাকে ধৰি মৰাণ জনজাতীয় কেইবাটাও সংগঠনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ

অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থাকে ধৰি মৰাণ জনজাতীয় কেইবাটাও সংগঠনে কালি ডিব্ৰুগড়ৰ অসম সচিবালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি জনগোষ্ঠীটোৰ বহুকেইটা দাবী উপস্থাপন কৰে । সংগঠনকেইটাই মৰাণ জনজাতিক জনজাতিকৰণৰ মৰ্যাদা প্রদান, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, অৰুণাচল প্ৰদেশত বাস কৰা মৰাণসকলৰ সমস্যাকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰে। তেওঁলোকে লগতে তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰি গাঁৱৰ পানীত পৰি মৃত্যু হোৱা সুমন মৰাণ নামৰ যুৱকগৰাকীৰ পৰিয়াললৈ এককালীন আর্থিক ...