August 16, 2025 6:15 PM August 16, 2025 6:15 PM
5
জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ ডাৱৰ বিস্ফোৰণ প্ৰভাৱিত এলেকাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান পূর্ণ গতিত অব্যাহত
জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ ডাৱৰ বিস্ফোৰণ প্ৰভাৱিত এলেকাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান পূর্ণ গতিত চলি আছে। সেনবাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু স্থানীয় প্রশাসনে উদ্ধাৰ অভিযানত সহায় কৰিছে। জম্মু আৰু উধমপুৰত প্ৰয়োজন সাপেক্ষে উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰিব পৰাকৈ এম আই চেভেণ্টিন শ্ৰেণীৰ দুখন হেলিকপ্তাৰ আৰু এখন লঘু হেলিকপ্তাৰ সাজু কৰি ৰখা হৈছে। কিস্তৱাৰ জিলাৰ পাড্ডাৰ অঞ্চলত ডাৱৰ বিস্ফোৰণৰ বাবে হোৱা আকষ্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬০ লৈ বৃদ্ধি পাইছে। আ...