December 8, 2025 12:26 PM December 8, 2025 12:26 PM
3
গুৱাহাটী আজি হ’বলগীয়া পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ পৰিপ্ৰেক্ষিতত মহানগৰ আৰক্ষীৰ কেতবোৰ নীতি নির্দেশনা জাৰি
গুৱাহাটীৰ খানাপাৰাত আজি হ'বলগীয়া প্রখ্যাত আমেৰিকান সংগীত শিল্পী পোষ্ট মেলনৰ সংগীতানুষ্ঠানৰ পৰিপ্ৰেক্ষিতত মহানগৰ আৰক্ষীয়ে যান-বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি নির্দেশনা জাৰি কৰিছে। এই অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও স্থানত যান-বাহন ৰখোৱাত বাধা আৰোপ কৰাৰ লগতে বেলতলা, ছয়মাইল আৰু খানাপাৰাৰ আশে-পাশে যান-বাহন ৰখোৱাৰ বাবে আৰক্ষীয়ে সু-নির্দিষ্ট ব্যবস্থা গ্রহণ কৰিছে বুলি মহানগৰ আৰক্ষীয়ে সংবাদমেলত উল্লেখ কৰে। জনসাধাৰণৰ সুৰক্ষা আৰু মহানগৰীখনৰ যান-বাহন চলাচলৰ ক্ষেত্ৰত অসুবিধা হ্রাস কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ...