August 10, 2024 1:10 PM

views 19

মহানগৰীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কাৰিকৰী সমিতি গঠন

মহানগৰীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে জনসাধাৰণৰ পৰা পৰামৰ্শ গ্ৰহণৰ অৰ্থে এখন কাৰিকৰী সমিতি গঠন কৰিছে। কামৰূপ মহানগৰ জিলা দুর্যোগ ব্যৱস্থাপনা সমিতিয়ে এখন জাননীৰ জৰিয়তে জনাইছে যে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ সন্দৰ্ভত জনসাধাৰণে কিবা পৰামর্শ দিব বিচাৰিলে suggestionfloodmitigation@gmail.com ই- মেইলযোগে অহা ২৪ আগষ্টৰ ভিতৰত প্ৰেৰণ কৰিব পাৰিব। ইপিনে গুৱাহাটীত কালি নিশা হোৱা এজাক ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চল কৃত্রিম বানত বুব যোৱাৰ লগতে অধি...