July 3, 2025 1:21 PM July 3, 2025 1:21 PM
2
ৰাজ্যৰ নগৰাঞ্চলৰ সুপৰিকল্পিত-দ্ৰুত বিকাশৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিশেষ ব্যৱস্থা
ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে নগৰাঞ্চলৰ সুপৰিকল্পিত আৰু দ্ৰুত বিকাশৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে ১০ চহৰ এক ৰূপায়ণ শীৰ্ষক এটা প্ৰকল্পৰ ব্যৱস্থা কৰা হৈছে । অসমৰ ১০ খন আগশাৰীৰ চহৰৰ উপযুক্ত নগৰ পৰিকল্পনা, গোটা আৱৰ্জনা ব্যৱস্থাপনা, নিয়মীয়া পানীযোগান, ৰাজহুৱা আন্তঃগাঁথনি, যান-বাহন ব্যৱস্থাপনা, ষ্ট্ৰীটলাইট আৰু ডিজিটেল তথা অনলাইন সেৱাৰ কাম-কাজ সুচাৰুৰূপে ৰূপায়ণ কৰাই হৈছে এই প্ৰকল্পৰ মূল লক্ষ্য। এই প্ৰকল্পৰ বাবে নিৰ্বাচিত হোৱা চহৰসমূহৰ ভিতৰত ডিব্ৰুগড় চহৰো অন্তৰ্ভুক...