September 18, 2025 9:55 PM
11
ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ ‘চলো জিতে হে’ আজি দেশৰ প্ৰায় এক লাখ বিদ্যালয় আৰু প্ৰায় ৫০০ টা চলচ্চিত্ৰ গৃহত প্ৰদৰ্শন
ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত চলো জিতে হে চলচ্চিত্ৰখন আজি সমগ্ৰ দেশৰ প্ৰায় এক লাখ বিদ্যালয় আৰু প্ৰায় ৫০০ টা চলচ্চিত্ৰ গৃহত প্ৰদৰ্শন কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে চলচ্চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছিল। প্ৰধানমন্ত্ৰী শ্ৰী মোদীৰ ল'ৰালিৰ এটা ঘটনাৰ অনুপ্ৰেৰণাৰে চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছিল। চলচ্চিত্ৰখনত নাৰু নামৰ এজন ডেকাৰ কাহিনী কোৱা হৈছে যিয়ে স্বামী বিবেকানন্দৰ দৰ্শনৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈ নিজৰ সৰু পৃথিৱীখন বেলেগ ধৰেণ সজাবলৈ বিচাৰিছিল। চলচ্চিত্ৰখনৰ পৰিচাল...