September 3, 2025 7:15 PM September 3, 2025 7:15 PM
1
চৰাইদেউত টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত ডাম ফী পূজা অনুষ্ঠিত
স্বৰ্গদেউ চাউলুং চুকাফাৰ মৈদামক তথ্য সম্বলিতভাবে চিনাক্তকৰণৰ লক্ষ্যৰে আজি চৰাইদেউ জিলাৰ লাংকুৰি দেওশাল প্ৰাংগণত ৰাজ্য চৰকাৰৰ টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত ডাম ফী পূজা অনুষ্ঠিত হয়। এই পূজাৰ সৈতে সংগতি ৰাখি আহোম উন্নয়ন পৰিষদৰ দ্বাৰা অনুমোদিত ১ কোটি ৮ লাখ টকাৰ পুঁজিৰে দেওশাল উন্নয়নৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰা হয়। মন্ত্রী যোগেন মহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে কেইবাটাও দল-সংগঠনৰ নেতা-কর্মীয়ে এই কার্যসূচীত অংশ লয়। এই কাৰ্যসূচীৰ জৰিয়তে স্বৰ্গদেউ চাউলুং চুকাফাৰ মৈডামৰ সংৰক্ষণ আৰু উন্নয়নৰ লগতে...