July 20, 2025 7:58 PM
চিৰাং জিলা অংগনবাড়ী কর্মীসকলক স্মার্ট মোবাইল ফোন প্ৰদান কাৰ্যসূচী মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই শুভাৰম্ভ কৰে
চিৰাং জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আজি কাজলগাঁওস্থিত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই জিলাখনৰ অংগনবাড়ী কর্মীস...