June 8, 2025 8:51 PM
বিহাৰৰ উন্নয়নৰ বাবে ৰাজনীতি কৰিছে বুলি কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী চিৰাগ পাছোৱানৰ মন্তব্য
কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী চিৰাগ পাছোৱানে কৈছে যে বিহাৰৰ উন্নয়নৰ বাবে তেওঁ ৰাজনীতি কৰিছে। বিহাৰৰ ভোজপুৰ জিলাৰ আৰাহত অনুষ্ঠিত এখন দলীয় সভাত আজি ভাষণ দি তেওঁ লগতে কয়, যে ...