December 7, 2025 8:22 PM December 7, 2025 8:22 PM
7
চীনৰ জিনজিয়াং উইণ্ডত সংঘটিত হোৱা দুর্ঘটনাত ৯ জন লোক নিহত হোৱাৰ লগতে ৭ জন লোক আহত
চীনৰ জিনজিয়াং উইণ্ডৰ স্বায়ত্ব শাসিত অঞ্চলত যোৱা নিশা সংঘটিত হোৱা এটা দুর্ঘটনাত ৯ জন লোক নিহত হোৱাৰ লগতে ৭ জন লোক আহত হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি উন্মু মহানগৰৰ দ্রুতগতিৰ ঘাইপথৰ বিভিন্ন অংশত সংঘটিত পৃথক পৃথক দূর্ঘটনাত ৫ খন বৃহৎ তথা ৭ খন সৰু বাহনকে ধৰি কেইবাখনো বাহন ক্ষতিগ্রস্ত হয়। ডাঠ কুঁৱলী তথা নিশাৰ ভাগৰ প্ৰচণ্ড শীতৰ বাবে এই দূর্ঘটনা সংঘটিত হোৱা বুলি চৰকাৰীসূত্ৰই প্ৰকাশ কৰিছে।