May 14, 2025 7:50 PM
অৰুণাচল প্ৰদেশৰ কেতবোৰ স্থানক চীনে নতুন নামেৰে নামাকৰণ কৰাৰ প্ৰচেষ্টাক ভাৰতৰ স্পষ্ট অস্বীকাৰ
অৰুণাচল প্ৰদেশৰ কেতবোৰ স্থানক চীনে নতুন নামেৰে নামাকৰণ কৰাৰ প্ৰচেষ্টাক ভাৰতে স্পষ্টভাৱে অস্বীকাৰ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ এগৰাকী মুখপাত্রই চীনৰ এনেধৰণৰ কাৰ্য মুঠেও গ্রহণ...