July 15, 2025 8:49 PM

views 18

গুৱাহাটী শিশু মহোৎসৱৰ ষষ্ঠ দিনাও শিশুসকলৰ বাবে কলা-সংস্কৃতিৰ কৰ্মশালাৰ আয়োজন

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত চলি থকা গুৱাহাটী শিশু মহোৎসৱৰ আজি ষষ্ঠ দিনাও শিশুসকলৰ বাবে কলা-সংস্কৃতিৰ কৰ্মশালা অনুষ্ঠিত হয়। পুৱা ১০ বজাত আৰতি হাজৰিকাৰ যোগাসনৰ প্ৰশিক্ষণেৰে শিশু মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ হয়। যোগভ্যাসৰ পাছত নাটক, নৃত্য, মূকাভিনয়, সুকুমাৰ কলাৰ কৰ্মশালাত বিশিষ্ট নাট্যকাৰ-পৰিচালক ৰবিজিতা গগৈ, নাট্য শিল্পীদ্বয় ৰাজীৱ কুমাৰ সাউদ, সুনম দেৱী, বিশিষ্ট শিল্পী মইনুল হক, দেৱকান্ত হাজৰিকা, দিগন্ত হাজৰিকা, শিল্পী প্ৰিয়ংকা কাশ্যপ, ভায়োলীনা তালুকদা...

July 13, 2025 8:20 PM

views 15

গুৱাহাটী শিশু মহোৎসৱত আজি সঁফুৰা বৃত্তি প্ৰদান

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত গুৱাহাটী শিশু মহোৎসৱত আজি সঁফুৰা বৃত্তি প্ৰদান কৰা হয়। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত সঁফুৰা বৃত্তি পৰীক্ষা আৰু সঁফুৰা টেলেণ্ট ডিছক’ভাৰী এনিমেচনত কৃতিত্ব সহকাৰে বৃত্তি লাভ কৰা শিক্ষাৰ্থীসকলক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্রী ডাঃ পেগুৱে কয়, যে শিক্ষার্থীসকলে প্ৰাথমিক পৰ্যায়ৰ পৰাই জ্ঞানৰ ভেটিতো শক্তিশালী ৰূপত গঢ়িব লাগে। এইক্ষেত্...