July 11, 2025 10:57 AM July 11, 2025 10:57 AM
16
অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীত বৃহস্পতিবাৰৰ পৰা আৰম্ভ ‘গুৱাহাটী শিশু মহোৎসৱ’
● অসম প্ৰকাশন পৰিষদৰ উদ্যোগত কালি আৰম্ভ হোৱা গুৱাহাটী শিশু মহোৎসৱত পশ্চিমবংগৰ বিশিষ্ট লেখক-সাহিত্যিক তথা শিশু আলোচনী আনন্দমেলাৰ সম্পাদক সিজাৰ বাক্সি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। ভাষণত শ্ৰী বাক্সিয়ে কয়, যে শিশু মহোৎসৱ যথাৰ্থতে এক অভিনৱ কাৰ্যসূচী। গ্রন্থমেলা তথা শিশু উপযোগী বৰ্ণিল কাৰ্যসূচীৰ সমাহাৰেৰে শিশুৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে আয়োজন কৰা এই অনুষ্ঠান ভৱিষ্যতৰ বাবে সুফলদায়ক হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। অনুষ্ঠানত বিশিষ্ট শিশু সাহিত্যিক ড০ শান্তনু তামুলীয়ে কয়, যে শিশুসকল একোটা ফুলৰ কলি...