October 8, 2024 7:09 PM

views 18

পূব মাজুলী মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন

জিলা মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত পূব মাজুলী মহাবিদ্যালয় আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয়। মহিলা সৱলীকৰণ তথা বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ৫ গৰাকী মহিলা আৰু কিশোৰীক এই অনুষ্ঠানত সম্বর্ধনা জনোৱা হয়। বেটী বাচাঅ', বেটী পঢ়াঅ' এই আঁচনিৰ অধীনত আয়োজিত এই কাৰ্যসূচীত ভালকেগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। একেদৰে যোৰহাটৰ মহাত্মা গান্ধী মহাবিদ্যালয়তো আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত কন্যা শিশু দিৱসৰ তাৎপৰ্য, দক্ষতা বিকাশ, ঋতুস্ৰাৱজনিত বিভিন্ন দিশত বি...