October 12, 2025 8:39 PM

views 20

ভাৰতীয় সেনাৰ উদ্যোগত ১৪ অক্টোবৰৰ পৰা নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ সামৰিক অভিযানত সহযোগী দেশসমূহৰ সেনাবাহিনীৰ মুৰব্বীসকলৰ সন্মিলন

ভাৰতীয় সেনাই অহা ১৪ অক্টোবৰৰ পৰা নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ সামৰিক অভিযানত অৱদান আগবঢ়োৱা দেশসমূহৰ সেনাবাহিনীৰ মুৰব্বীসকলৰ সন্মিলন অনুষ্ঠিত কৰিব। তিনিদিনীয়াকৈ হ'বলগা এই সন্মিলনত সমগ্ৰ বিশ্বতে ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী অভিযানৰ সৈতে জড়িত দেশসমূহৰ সেনাৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা এটা বিবৃতি অনুসৰি ৰাষ্ট্ৰসংঘৰ অভিযানসমূহৰ অন্যতম অংশীদাৰী দেশ হিচাপে ভাৰতে এই উচ্চপর্যায়ৰ সন্মিলনখনৰ আয়োজন কৰিছে। সন্মিলনত সেনাবাহিনীয়ে লাভ কৰা প্ৰত্যাহ্বান, ভাবুকিৰ লগতে দেশসমূহৰ...