December 27, 2025 12:24 PM

views 16

পঞ্চম মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ আজি আৰু কাইলৈ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত পঞ্চম মুখ্য সচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত আজি আৰু কাইলৈ অধ্যক্ষতা কৰিব। তিনিদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনৰ আজি দ্বিতীয় দিন। এই সন্মিলনৰ মূল উদ্দেশ্য হৈছে- ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰৰ ওপৰত গাঁথনিগত আৰু স্থায়ী আলোচনাৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ অংশীদাৰিত্ব শক্তিশালী কৰা। সন্মিলনত এটা উমৈহতীয়া উন্নয়নমূলক কাৰ্যসূচী চূড়ান্ত কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে অনুসৰণ কৰিবলগীয়া বিকশিত ভাৰতৰ...

December 15, 2024 11:36 AM

views 13

নতুন দিল্লীত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰিব। শ্রী মোদীয়ে কালি এই সন্মিলনত অধ্যক্ষতা কৰে। শুকুৰবাৰে আৰম্ভ হোৱা এই তিনি দিনীয়া সন্মিলনত ৰাজ্যসমূহৰ সহযোগিতাত বিকাশৰ উমৈহতীয়া কাৰ্যসূচীৰ মূল্যায়ণ আৰু ৰূপায়ণত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে । সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদ সুদৃঢ় কৰা তথা দ্রুত বিকাশ আৰু উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে উন্নত সমন্বয় সুনিশ্চিত কৰাই এই সন্মিলনৰ মূল উদ্দেশ্যে। সন্মিলনৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য ...