September 1, 2024 12:23 PM September 1, 2024 12:23 PM
3
ৰাজ্যৰ চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলৰ নিৰাপত্তা তথা সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে দিছপুৰত আৰক্ষী সঞ্চালকপ্ৰধানৰ উপস্থিতিত মুখ্য সচিবৰ পর্যালোচনা বৈঠক
ৰাজ্যৰ চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলৰ নিৰাপত্তা তথা সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে কালি দিছপুৰত ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ উপস্থিতিত মুখ্য সচিবে এখন বিশেষ পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। মুখ্য সচিব ৰবি কোটা, আৰক্ষী সঞ্চালকপ্রধান জ্ঞানেন্দ্ৰ প্রতাপ সিং, বিশেষ আৰক্ষী সঞ্চালকপ্রধান হৰমিত সিঙৰ লগতে আন কেইবাগৰাকীও শীৰ্ষ আৰক্ষী আৰু প্ৰশাসনীয় বিষয়াই এই বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকৰ শেষত প্ৰতিখন জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকললৈ চিকিৎসক আৰু স্বাস্থ্যকর্মীৰ নিৰাপত্তা তথা সুৰক্ষাৰ বাবে গ্ৰহণ কৰিবলগীয়া ...