April 29, 2024 6:38 PM April 29, 2024 6:38 PM
13
CDS General অনিল চৌহানৰ ফ্ৰান্স ভ্ৰমণৰ সামৰণি, ভাৰত-ফ্ৰান্সৰ কৌশলগত মিত্ৰতা সুনিশ্চিত
Chief of Defence Staff General অনিল চৌহানৰ ফ্ৰান্স ভ্ৰমণৰ সামৰণি পৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই ভ্রমণে ভাৰত আৰু ফ্ৰান্সৰ মাজৰ দীৰ্ঘদিনীয়া কৌশলগত মিত্ৰতা সুনিশ্চিত কৰাৰ লগতে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা ত্বৰান্বিত হোৱাৰ ইংগিত দিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি জেনেৰেল অনিল চৌহান আৰু ফ্ৰান্সৰ সশস্ত্র বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ মাজত হোৱা বৈঠকত দুয়োখন দেশৰ উমৈহতীয়া স্বার্থ জড়িত তথা সুৰক্ষা সম্পৰ্কীয় গুৰুত্বপূর্ণ বিষয়সমূহ সন্দৰ্ভত মতবিনিময় কৰা হয়। ভাৰ...