November 19, 2024 6:16 PM

views 18

দিল্লীত ভয়াৱহ প্ৰদূষণৰ বাবে উচ্চতম ন্যায়ালয়ৰ সকলো ন্যায়াধীশকে ভার্চুৱেল ব্যৱস্থাৰে শুনানী গ্রহণ কৰিবলৈ আহ্বান সঞ্জীৱ খান্নাৰ

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ভয়াৱহ প্ৰদূষণলৈ চাই সকলো ন্যায়াধীশকে যথাসম্ভৱ ভার্চুৱেল ব্যৱস্থাৰে শুনানী গ্রহণ কৰিবলৈ কোৱা হৈছে বুলি প্ৰকাশ কৰিছে। মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ সঞ্জয় কুমাৰক লৈ গঠিত বিচাৰপীঠৰ ওচৰত উচ্চতম ন্যায়ালয়ৰ উকীল সন্থাৰ সভাপতি কপিল ছিৱালৰ লগতে একাংশ অধিবক্তাই আজি দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ প্ৰদুষণৰ সমস্যা বেয়াৰ পিনে ঢাল খোৱাৰ কথা উল্লেখ কৰে আৰু এই সমস্যাৰ সমাধানৰ বাবে ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনা...