September 12, 2024 1:53 PM September 12, 2024 1:53 PM
13
হাংগেৰীৰ বুডাপেষ্টত ৪৫ সংখ্যক এফ আই ডি ই দবা অলিম্পিয়াড আৰম্ভ
হাংগেৰীৰ বুডাপেষ্টত কালি ৪৫ সংখ্যক এফ আই ডি ই দবা অলিম্পিয়াড আৰম্ভ হয়। প্রতিযোগিতাৰ মুকলি শাখাত ভাৰতে ৪-০ ফলাফলেৰে মৰক্কোৰ বিৰুদ্ধে আৰু মহিলাৰ শাখাত জামাইকাৰ বিৰুদ্ধে ৩.৫৫ ফলাফলেৰে আধিপত্য বিস্তাৰ কৰিছে। মুকলি শাখাত আৰ প্ৰজ্ঞানানন্দই মৰক্কোৰ তিছিৰ মহম্মদক পৰাস্ত কৰি ভাৰতক অগ্রগতি প্ৰদান কৰে। ইয়াৰ কিছু সময়ৰ পাছতে বিদিত গুজৰাথীয়ে অউখিৰ মেহদি পেৰীক আৰু পেন্টালা হৰিকৃষ্ণই মোৱায়াদ আনাছক পৰাস্ত কৰে। চতুৰ্থখন খেলত বিশ্বক্ৰমৰ চতুৰ্থ স্থানৰ খেলুৱৈ অৰ্জুন এৰিগাইচিয়ে এলবিলিয়া জেইক্সৰ বিৰুদ্ধে বিজয়...