September 16, 2024 11:37 AM

views 6

বুডাপেষ্টত অনুষ্ঠিত দবা অলিম্পিয়াডৰ মুকলি শাখাত আজাৰবাইজানক ৩-১ত পৰাস্ত ভাৰতৰ

বুডাপেষ্টত অনুষ্ঠিত হৈ থকা ৪৫ সংখ্যক দবা অলিম্পিয়াডৰ মুকলি শাখাত ভাৰতে আজাৰবাইজানক ৩-১ ফলাফলত পৰাস্ত কৰে। আনহাতে মহিলা শাখাৰ পঞ্চম ৰাউণ্ডত ভাৰতীয় দলটোৱে কাজাখস্তানক পৰাস্ত কৰে। মুকলি শাখাত ভাৰতৰ গুকেশে আজাৰবাইজানৰ প্ৰতিদ্বন্দ্বী আয়দিন চুলেমানলীৰ বিৰুদ্ধে সহজ জয় সাব্যস্ত কৰে। অৰ্জুন এৰিগাইচিয়ে আজাৰবাইজানৰ ৰাউফ মামেডভক পৰাস্ত কৰি একেৰাহে পঞ্চমটো জয় সাব্যস্ত কৰে। ভাৰতৰ প্ৰজ্ঞানন্দা আৰু বিদিত গুজৰাথীয়ে ড্র'ৰে খেল সমাপ্ত কৰে। আনহাতে মহিলা শাখাত হৰিকা দ্ৰোণাৱল্লী শীৰ্ষ ব'ৰ্ডত কাজাখস্তানৰ বিবিছা...