October 7, 2024 2:48 PM
12
চেন্নাইত অনুষ্ঠিত বায়ু প্রদর্শনীত ৫ গৰাকী দৰ্শকৰ চিকিৎসালয়ত মৃত্যু
তামিলনাডুৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী এম সুব্রমন্যমে কালি চেন্নাইত অনুষ্ঠিত বায়ু প্রদর্শনীত ৫ গৰাকী দৰ্শকৰ চিকিৎসালয়ত মৃত্যু ঘটা বুলি সদৰি কৰে। চেন্নাইত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ প্ৰচণ্ড গৰমৰ বাবে লোককেইজনৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰে। বায়ু প্ৰদৰ্শনীৰ বাবে গ্ৰহণ কৰা সকলো ধৰণৰ ব্যৱস্থাৰ বিষয়ে তেওঁ সংবাদ মাধ্যমৰ আগত অৱগত কৰাৰ লগতে প্ৰদৰ্শনীৰ সময়ছোৱাত যিকোনো ধৰণৰ জৰুৰীকালীন পৰিস্থিতিৰ বাবে চিকিৎসকৰ দলো সাজু কৰি ৰখা হৈছিল বুলিও জানিবলৈ দিয়ে। তেওঁ কয় যে, জৰুৰীকালীন পৰিস...