March 4, 2025 10:04 AM

views 29

ছত্তিশগড়ৰ ৰাজ্যভাষাতে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজিক লৈ শিক্ষাৰ্থীসকলে গৱেষণা কৰিব পাৰিব: ৰমেন ডেকা

● ছত্তিশগড়ৰ পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্রতিষ্ঠা কৰা হ'ব বুলি ৰাজ্যখনৰ ৰাজ্যপাল তথা পূৰ্বৰ মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই কালি গুৱাহাটীত এখন সংবাদমেলত প্ৰকাশ কৰিছে। ৰাজ্যপালগৰাকীয়ে সদৰি কৰা মতে ইয়াৰ বাবে ৰাজ্যখনৰ বাজেটত ২ কোটি টকা ধাৰ্য্য কৰা হৈছে। ছত্তিশগড়ৰ ৰাজ্যভাষাতে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজিক লৈ শিক্ষাৰ্থীসকলে গৱেষণা কৰিব পাৰিব বুলি শ্রীডেকাই জানিবলৈ দিয়ে। তেওঁ লগতে কয়, যে গুৱাহাটীৰ উজানবজাৰৰ মহিলা ভাওনা দলে ছত্তিশগড়ত গুৰুজন...

January 19, 2025 1:22 PM

views 10

ছত্তীশগড় বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠাৰ ব্যৱস্থাঃ ৰাজ্যপাল ৰমেন ডেকা

ছত্তীশগড় বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠাৰ ব্যৱস্থা লোৱা হ'ব। ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই কালি নলবাৰীৰ বেলশৰত চলি থকা অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশনত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা পোৱাৰ পাছত বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগটোক পূৰ্ণাংগ ৰূপ দিয়াৰ ঘোষণা কৰা হৈছিল। ইয়াৰ পাছত ছত্তীশগড় বিশ্ববিদ্যালয়ত শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠাৰ কথাই স্বাভাৱিকতে অসমবাসীক উৎফুল্ল কৰি তুলিছে। নাট্য সন্মিলনৰ অধিৱেশনৰ ...