March 30, 2025 10:03 PM March 30, 2025 10:03 PM
8
ছটিশগড়ৰ বিজাপুৰ জিলাত ৫০ গৰাকী মাওবাদীৰ আত্মসমৰ্পণ
■ ছটিশগড়ৰ বিজাপুৰ জিলাত আজি ৫০ গৰাকী মাওবাদীয়ে আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণ কৰা মাওবাদীসকলৰ ভিতৰত ১৩ গৰাকীৰ বাবে ইতিমধ্যে ৬৮ লাখ টকা ঘোষণা কৰা হৈছিল। ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এইদৰে বৃহৎসংখ্যক মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে। আত্মসমৰ্পণকাৰী মাওবাদীসকলৰ প্ৰত্যেককে ২৫ হাজাৰ টকাকৈ উদগনিমূলক ধন প্ৰদান কৰা হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও চায়ে কয়, যে বাষ্টাৰৰ দুৰ্গম অঞ্চলসমূহত শিক্ষা তথা স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণৰ লগতে নতুন নিৰাপত্তা শিবিৰ আৰু পথ নিৰ্মাণৰ অবিৰত প্ৰচেষ্টাৰ জৰিয়তে চৰকাৰৰ প্ৰতি জনসাধ...