December 24, 2025 8:14 PM

views 26

কাইলৈ পৱিত্ৰ বৰদিনৰ প্ৰাকক্ষণত ৰাজ্যৰ খ্ৰীষ্টধর্মী লোকসকলৰ উছাহ

কাইলৈ পবিত্ৰ বৰদিন। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো খ্ৰীষ্টধর্মী লোকসকলে আজি মাজনিশাৰে পৰা পৱিত্ৰ বৰদিন উপলক্ষে সমূহীয়া প্ৰাৰ্থনা কৰিব। বিভিন্ন প্ৰান্তৰ গীৰ্জাসমূহ ইযাৰ বাবে সজাই-পৰাই তোলা হৈছে। আজি নিশা গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ ব্যাপ্তিষ্ট চার্চ, পাণবজাৰৰ ডনবস্ক', খ্ৰীষ্টানবস্তি, সোণাইঘূলিকে ধৰি বিভিন্ন স্থানৰ গীর্জাসমূহ কেৰলৰ ধ্বনিৰে মুখৰ হৈ উঠিব। প্ৰভূ যীশুৰ প্ৰাৰ্থনাৰ বাবে আজি সন্ধিয়াৰে পৰা গীর্জাসমূহত অগনন লোক সমবেত হৈছে। আলোকসজ্জা, খ্ৰীষ্টমাছ ট্ৰী, ৰং-বিৰঙী ফুল, তৰা আদিৰে গীৰ্জাৰ ল...