July 15, 2025 8:43 PM July 15, 2025 8:43 PM
4
চৰাইদেউ জিলাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা
নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন আলফা স্বাধীনৰ কাৰ্যকলাপ ৰোধৰ বাবে চৰাইদেউ জিলাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অসম-নাগালেণ্ড অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত জিলাখনত দিনে- নিশাই নিৰাপত্তা বাহিনীৰ তহল বৃদ্ধি কৰা হৈছে। ইয়াৰোপৰি নাগালেণ্ড আৰু অৰুণাচলৰ পৰা চৰাইদেউ জিলাত প্ৰৱেশ কৰা স্পৰ্শকাতৰ পথসমূহত বিশেষ তালাচী চকী স্থাপন কৰি এই পথসমূহেৰে অহা-যোৱা কৰা বাহনৰ তালাচী চলোৱা হৈছে। সমাগত স্বাধীনতা দিৱসৰ পূৰ্বে এই পথসমূহেৰে যাতে আলফা স্বাধীনৰ সদস্যই জিলাখনত প্ৰৱেশ কৰি কোনোধৰণৰ কুটাঘাতমূলক কার্য...