December 11, 2024 8:20 PM

views 14

চৰাইদেউ জিলা পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তসমূহৰ ফটোবিহীন খচৰা ভোটাৰ তালিকা প্ৰকাশ

ৰাজ্যিক নির্বাচন আয়োগৰ শেহতীয়া নিৰ্দেশনা অনুসৰি অহা বছৰৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে গ্ৰহণ কৰি আজি চৰাইদেউ জিলা পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তসমূহৰ ফটোবিহীন খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। এই সন্দৰ্ভত বিস্তৃতভাৱে অৱগত কৰোৱাৰ উদ্দেশ্যে আজি জিলা আয়ুক্ত ড০ নেহা যাদৱৰ অধ্যক্ষতাত লাকুৱা, সাপেখাতী, সোণাৰি আৰু মাহমৰা আঞ্চলিক পঞ্চায়তৰ সচিবসকলৰ লগতে জিলাখনৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। জনসাধাৰণে ৰাজ্যিক নির্বাচন আয়োগৰ ৱেবছাইট ermssec.assam....