August 21, 2024 8:51 PM
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালকপ্রধান কে সতীশ নাম্বুদিৰিপাদৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম পৰিদৰ্শন
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালকপ্রধান কে সতীশ নাম্বুদিৰিপাদে আজি বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম পৰিদৰ্শন কৰে। মৈদামক্ষেত্ৰত উপস্থিত হৈ তেওঁ কেন্দ্ৰীয় পু...