October 19, 2024 6:58 PM

views 13

কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু যোগাযোগ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ডাঃ পেম্মাছানী চন্দ্ৰশেখৰৰ চৰাইদেউ মৈদামস্থলী পৰিদৰ্শন

দুদিনীয়া ভ্রমণসূচীৰে চৰাইদেউ জিলালৈ অহা কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু যোগাযোগ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ডাঃ পেম্মাছানী চন্দ্ৰশেখৰে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱা চৰাইদেউ মৈদামস্থলী ভ্ৰমণ কৰে। মৈদামক্ষেত্ৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱময় ঐতিহ্য বহন কৰা কীৰ্তিচিহ্নসমূহ পৰিদৰ্শন কৰি আপ্লুত হয়। ইয়াৰ পূৰ্বে ডাঃ চন্দ্ৰশেখৰে জিলাখনৰ বিভিন্ন ঠাইত চৰকাৰী আঁচনিসমূহ পৰিদৰ্শন কৰে। সোণাৰী উন্নয়ন খণ্ডৰ ভজোত অমৃত সৰোবৰ পৰিদৰ্শন কৰি বিভাগীয় কৰ্তৃপক্ষৰ লগত মত বিন...