September 9, 2024 11:24 AM

views 17

চৰাইদেউৰ মথুৰাপুৰ সমন্বয় সংগীত মহাবিদ্যালয়ৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

চৰাইদেউৰ মথুৰাপুৰ সমন্বয় সংগীত মহাবিদ্যালয়ৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস কালি দিনজোৰা কাৰ্যসূচীৰে মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। ২০১৬ চনৰ ৮ ছেপ্তেম্বৰত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ডাঃ অৰুণ মহন্তই বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে গুৰু বন্দনা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পাছতে এখন সভা অনুষ্ঠিত হয়। সভাত আদৰণি ভাষণ আগবঢ়াই অধ্যক্ষ মঞ্জু বৰুৱাই সংগীত বিদ্যালয়খনৰ প্ৰতিষ্ঠাকালৰ সময়ছোৱা ৰোমন্থন কৰে। ইয়াৰ ...