October 19, 2024 6:55 PM

views 11

চৰাইদেউত প্ৰধানমন্ত্ৰী কৃষক সম্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান ৰূপায়ণ

চৰাইদেউ জিলাৰ কৃষকসকলৰ সুবিধাৰ্থে আজিৰে পৰা ২৫ অক্টোবৰলৈ প্ৰধানমন্ত্ৰী কৃষক সম্মান নিধি আঁচনিৰ পৰিপূৰ্ণতা অভিযান ৰূপায়ণ কৰা হৈছে। জিলাখনত এই আঁচনিৰ সুবিধা এতিয়ালৈ লাভ নকৰা নাইবা এই আঁচনিৰ সুফল লাভ কৰাত সমস্যাৰ সন্মুখীন হোৱা কৃষকসকলৰ সুবিধার্থে বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে। যিসকল কৃষকে অনলাইন আবেদন কৰি সংযোজন এক প্ৰপত্ৰখন যাৱতীয় নথিপত্ৰৰ সৈতে জমা দিয়া নাই তেঁওলোকক এই শিবিৰত জমা দিবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত নথিপত্র জমা নিদিয়া কৃষকসকলক অযোগ্য হিচাপে ঘোষণা কৰা হ'ব। উল্লেখযোগ্য...