December 12, 2024 12:10 PM
চৰাইদেউত ৮টা আদর্শ অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন
চৰাইদেউ জিলাৰ সমাজকল্যাণ বিভাগৰ উদ্যোগত আৰু মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত কালি জিলাখনৰ ৮টা আদর্শ অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰা হয়। ৰাজ্য চৰকাৰে ২০২৪-২৫ বিত্তীয় ...