June 17, 2025 9:51 AM
চাৰধাম যাত্ৰাৰ বাবে নিয়োজিত হেলিকপ্টাৰসমূহত যাত্ৰীৰ সুৰক্ষা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ ৰাজ্য চৰকাৰক উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ
চাৰধাম যাত্ৰাৰ বাবে নিয়োগ কৰা হেলিকপ্টাৰসমূহত যাত্ৰীসকলৰ সুৰক্ষা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। যোৱা দেওবাৰে কেদাৰনাথৰ ওচৰত হেল...