June 17, 2025 9:51 AM June 17, 2025 9:51 AM

views 7

চাৰধাম যাত্ৰাৰ বাবে নিয়োজিত হেলিকপ্টাৰসমূহত যাত্ৰীৰ সুৰক্ষা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ ৰাজ্য চৰকাৰক উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

চাৰধাম যাত্ৰাৰ বাবে নিয়োগ কৰা হেলিকপ্টাৰসমূহত যাত্ৰীসকলৰ সুৰক্ষা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। যোৱা দেওবাৰে কেদাৰনাথৰ ওচৰত হেলিকপ্টাৰ দুৰ্ঘটনাত ৭ গৰাকী লোকে প্ৰাণ হেৰুওৱা ঘটনা সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্য ন্যায়াধীশ জি নৰেন্দ্ৰৰ আৰু ন্যায়াধীশ আলোক মেহৰাৰ খণ্ড বিচাৰপীঠে এই ধৰ্মীয় যাত্ৰাত বৃদ্ধি পোৱা হেলিকপ্টাৰ দুৰ্ঘটনা সন্দৰ্ভত উদ্বেগ প্রকাশ কৰে। তেওঁলোকে কয়, যে যোৱা ৮ মে'তো উত্তৰ কাশী জিলাত সংঘটিত এটা হেলিকপ্টাৰ দুৰ্ঘটনাত ৭ গৰাকী লোকে প্...

April 30, 2025 7:32 PM April 30, 2025 7:32 PM

views 3

উত্তৰাখণ্ডত আজি পৱিত্ৰ চাৰিধাম যাত্ৰা আৰম্ভ

অক্ষয় তৃতীয়া উপলক্ষে আজি উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাৰ গংগোত্ৰী আৰু যমুনোত্ৰী মন্দিৰৰ দ্বাৰ মুকলি কৰাৰ লগে লগে পবিত্ৰ চাৰিধাম যাত্ৰা আৰম্ভ হয়। বৈদিক মন্ত্ৰোচ্চাৰণ আৰু অন্য ৰীতি-নীতিৰ মাজেৰে দুয়োটা মন্দিৰৰ দ্বাৰ মুকলি কৰা হয়। গংগোত্ৰী আৰু যমুনোত্ৰী মন্দিৰত প্ৰাৰ্থনা জনোৱাৰ বাবে উত্তৰ কাশীলৈ দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ আগমন ঘটিছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে অক্ষয় তৃতীয়া উপলক্ষে আজি দুয়োটা মন্দিৰতে পূজা-অৰ্চনা কৰে। ৰুদ্ৰ প্ৰয়াগ জিলাত অৱস্থিত কেডাৰনাথ মন্দিৰৰ দ্বাৰ শুকুৰবাৰে...

April 29, 2025 6:58 PM April 29, 2025 6:58 PM

views 8

আকাশবাণীৰ দ্বাৰা চাৰি ধাম যাত্ৰা মুকলি কাৰ্যসূচীৰ পোনপটীয়া প্ৰচাৰ

আকাশবাণীয়ে চলিত বৰ্ষৰ চাৰি ধাম যাত্ৰা মুকলি কাৰ্যসূচীৰ পোনপটীয়া প্ৰচাৰ কৰিব। কাইলৈ দিনৰ ১০ বজাৰ পৰা ১১ বজালৈ গংগোত্রী ধাম মুকলি কাৰ্যসূচীৰ পোনপটীয়া প্ৰচাৰ কৰাৰ উপৰি চাৰে ১১ বজাৰ পৰা চাৰে ১২ বজালৈ যমুনাত্রী ধাম মুকলি কাৰ্যসূচী পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ২ মে'ৰ পুৱা ৬ বজাত কেদাৰনাথ ধাম আৰু ৪ মে'ৰ পুৱা চাৰে ৬ বজাৰ পৰা চাৰে ৭ বজালৈ বদ্রীনাথ ধাম মুকলি কাৰ্যসূচীৰ পোনপটীয়া প্ৰচাৰ কৰা হ'ব। শ্ৰোতাসকলে আকাশবাণীৰ ইন্দ্ৰপ্ৰস্থ, এফ এম গোল্ড আৰু আৰাধনা চেনেলৰ উপৰি নিউজ অন এয়াৰ এপ যোগেও এই কাৰ্যসূচীৰ পোন...