July 26, 2024 6:45 PM July 26, 2024 6:45 PM
10
গোলাঘাটত অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত চন্দ্ৰমোহন পাটোৱাৰীৰ পর্যালোচনা সভা
ৰাজ্যৰ পৰিবেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আৰু অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত পর্যালোচনা সভাত অংশগ্ৰহণ কৰে। সভাত মন্ত্ৰীগৰাকীয়ে গোলাঘাট জিলাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভতো আলোচনা কৰি এই বনাঞ্চলবোৰক সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ বাবে জিলা প্ৰশাসন আৰু বন বিভাগক যুটীয়াভাৱে প্রয়োজনীয় জৰীপ চলাবলৈও নির্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে অমৃত বৃক্ষ আন্দোলনৰ অধীনত চলিত বৰ্ষৰ গোলাঘাট জিলাত গছপুলি...