February 21, 2025 12:25 PM

views 12

এক্ট ইষ্ট নীতিৰ জৰিয়তে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ লগত সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিবলৈ ভাৰত সমৰ্থ

এক্ট ইষ্ট নীতিৰ জৰিয়তে ভাৰতে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ লগত নিজৰ সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিবলৈ সমৰ্থ হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কালি তৃতীয় দিনা এই সন্দৰ্ভত উত্থাপিত এটা প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, যে এই দেশসমূহৰ সৈতে সংযোগৰ ক্ষেত্ৰত অৰ্থনৈতিক পদক্ষেপ হিচাপে প্ৰথমে পৰিকল্পনা কৰা এক্ট ইষ্ট নীতিয়ে আলোচনা আৰু সহযোগিতাৰ বাবে প্ৰতিষ্ঠানিক ব্যৱস্থা স্থাপনকে ধৰি ৰাজনৈতিক, কৌশলগত আৰু সাংস্কৃতিক মাত্ৰা লাভ কৰিছে। ফলস্বৰূপে ইণ্ডোনেছিয়া, ভিয়েটনাম, ম...