March 2, 2025 9:02 PM March 2, 2025 9:02 PM
97
জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম চন্দ্ৰ কুমাৰ আগৰৱালাৰ পূণ্যতিথিত ৰাজ্যবাসীৰ শ্ৰদ্ধা নিবেদন
জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম, প্ৰতিমাৰ খনিকৰ অভিধাৰে বিভূষিত কবি চন্দ্ৰ কুমাৰ আগৰৱালাৰ পূণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। অসমীয়া সাহিত্যত যুগৰ সূচনাকাৰী জোনাকী আলোচনীৰ প্ৰথমগৰাকী সম্পাদক আৰু সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য আগৰৱালাৰ জোনাকী কাকতত প্ৰকাশিত বনকুঁৱৰী হৈছে প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা। জোনাকী আলোচনীৰ জৰিয়তে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে আগৰৱালাৰ লগতে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি ...