July 19, 2025 10:13 PM

views 20

চানমাৰিৰ অসম অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত গুৱাহাটী শিশু মহোৎসৱত মাতৃৰ টিফিন প্ৰস্তুতকৰণ প্ৰতিযোগিতা

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰিৰ অসম অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত গুৱাহাটী শিশু মহোৎসৱৰ লগত সংগতি ৰাখি আজি মাতৃৰ টিফিন প্ৰস্তুতকৰণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্রতিযোগিতাত উদ্বোধক তথা বিচাৰকৰূপে মাষ্টাৰ্ছ চেফ নয়নজ্যোতি শ‍ইকীয়া উপস্থিত থাকে। প্রায় এশ গৰাকী মহিলাই অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত তুলতুল বৰদলৈ প্ৰথম, ৰীতা ঢাকালে দ্বিতীয়, গীতিকা বৈশ্যই তৃতীয়, ৰূপামণি শ‍ইকীয়াই চতুৰ্থ আৰু মাধন দাসে পঞ্চম পুৰস্কাৰ লাভ কৰে। আনহাতে, আন পাঁচগৰাকী প্ৰতিযোগীলৈ উদগনিমূলক পুৰস্কাৰ আগবঢ়োৱা হৈছে। পৰিষদ...