December 13, 2025 9:21 PM

views 40

গুৱাহাটীৰ চানমাৰিত চতুৰ্থ সমবায় মেলা উদ্বোধন কেন্দ্ৰীয় সমবায় বিভাগৰ ৰাজ্যমন্ত্ৰী কৃষাণ পাল গুৰ্জ্জৰৰ

কেন্দ্ৰীয় সমবায় বিভাগৰ ৰাজ্যমন্ত্ৰী কৃষাণ পাল গুৰ্জ্জৰে আজি গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত চতুৰ্থ সমবায় মেলা উদ্বোধন কৰে। আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ লগতে ২০৪৭ চনৰ ভিতৰত দেশখনক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সমবায় সমিতিসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত মন্তব্য কৰে। আজিৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ সমবায় মন্ত্ৰী যোগেন মহন, কেন্দ্ৰীয় চৰকাৰৰ সমবায় বিভাগৰ জ্যেষ্ঠ বিষয়া আশীষ কুমাৰ ভূটানি, ৰাজ্য চৰকাৰৰ সমবায় বিভাগৰ ...