August 8, 2024 7:22 PM
অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী পৰ্যবেক্ষণৰ বাবে আজি চন্দ্ৰমোহন পাটোৱাৰীৰ শিৱসাগৰ জিলা পৰিদৰ্শন
বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী পৰ্যবেক্ষণৰ বাবে আজি শিৱসাগৰ জিলা পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্...