February 27, 2025 8:27 PM

views 12

বৰষুণৰ বাবে আই চি চি চেম্পিয়নছ ট্ৰফীৰ পাকিস্তান আৰু বাংলাদেশৰ খেল পৰিত্যক্ত

আই চি চি চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ ৰাৱালপিণ্ডি ক্রিকেট ষ্টেডিয়ামত আজি পাকিস্তান আৰু বাংলাদেশৰ মাজত হ'বলগীয়া খেলখন বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰা হয়। সুদীর্ঘ ২৯ বছৰত প্ৰথমবাৰৰ বাবে আই চি চি টুর্ণামেণ্টৰ আয়োজন কৰা পাকিস্তানে এখনো খেলত জয় লাভ নকৰাকৈ এই প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'বলগীয়া হয়। একেদৰে বাংলাদেশেও এখনো খেলত জয় লাভ নকৰাকৈ নিজৰ যাত্ৰাৰ সামৰে। দুয়োটা দলকে ১ পইণ্টকৈ ভগাই দিয়া হয়। যোৱা মঙলবাৰে দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজৰ খেলখন বৰষুণৰ বাবে পৰিত্য...