September 21, 2025 11:11 AM

views 29

সমগ্ৰ দেশৰ ১ লাখ বিদ্যালয়ৰ লগতে প্ৰায় ৫০০টা চলচ্চিত্ৰ গৃহত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্র Chalo Jeete Hain ছবিখন প্ৰদৰ্শনৰ ব্যৱস্থা

সমগ্ৰ দেশৰ ১ লাখ বিদ্যালয়ৰ লগতে প্ৰায় ৫০০টা চলচ্চিত্ৰ গৃহত আজি ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্র Chalo Jeete Hain ছবিখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি এই পদক্ষেপ লোৱা হৈছে। এই ছবিখন প্ৰধানমন্ত্রী শ্রীমোদীৰ ল'ৰালি কালৰ এটি ঘটনাৰ পৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰা হৈছে। ছবিখনত নাৰু নামৰ এজন কিশোৰৰ কাহিনী কোৱা হৈছে। এই কিশোৰজনে স্বামী বিবেকানন্দৰ দৰ্শনৰ দ্বাৰা বিশেষভাৱে অনুপ্ৰাণিত হৈছিল আৰু তেওঁ নিজৰ সৰু পৃথিৱীখন অন্য ধৰণে সলাবলৈ সপোন দেখ...