July 3, 2025 1:18 PM July 3, 2025 1:18 PM

views 6

উত্তৰ-পূৰ্বাঞ্চললৈ আগবঢ়োৱা কেন্দ্ৰীয় কৰৰ ১০ শতাংশ পুঁজি হস্তান্তৰৰ ক্ষেত্ৰত অসমক সুকীয়া দৃষ্টিকোণেৰে বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰস্তাৱ

উত্তৰ-পূৰ্বাঞ্চললৈ বাধ্যতামূলকভাৱে আগবঢ়োৱা কেন্দ্ৰীয় কৰৰ ১০ শতাংশ পুঁজি হস্তান্তৰৰ ক্ষেত্ৰতো অসমক সুকীয়া দৃষ্টিকোণেৰে বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তাৱ আগবঢ়াইছে। ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ অৰবিন্দ পানাগাৰিয়াক কালি নতুন দিল্লীত সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক অৱস্থান আৰু ইয়াৰ ফলত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে যুঁজিবলৈ ৰাজ্যসমূহক অধিক পুঁজিৰ প্ৰয়োজন হয় বুলি কয়। তেওঁ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ, পৰিৱৰ্তনশীল জনগাঁথনি আদি ব...