August 22, 2025 11:31 AM

views 12

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সমাগত অসম ভ্রমণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সমাগত অসম ভ্রমণ সাফল্যমণ্ডিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত প্রধানমন্ত্রী মোদীয়ে নুমলীগড়ত উদ্বোধন কৰিবলগীয়া আঠ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে দেশৰ প্ৰথমটো জৈৱ শোধনাগাৰ, মঙলদৈৰ পৰা আধাৰশিলা স্থাপন কৰিবলগীয়া গুৱাহাটীৰ ৰিং ৰোড প্রকল্প, দৰং চিকিৎসা মহাবিদ্যালয় আৰু নাৰেংগী-কুৰুৱা দলঙৰ লগতে প্রধানমন্ত্ৰীৰ উপস্থিতিত আয়োজন কৰা ড০ ভূপেন হাজৰিকাৰ জন্ম শ...