ডাউনলোড
মোবাইল এপ

android apple
signal

April 5, 2025 11:47 AM

আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছত ভাৰতৰ শ্বুটাৰ চেইন সিঙৰ প্ৰথমটো পদক অৰ্জন

আই এছ এছ এফ বিশ্বকাপত এছিয়ান গেমছৰ পদক বিজয়ী শ্বুটাৰ চেইন সিঙে কালি আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰে। পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্ৰী শাখাত খেলুৱৈগৰাকীয়ে ৪৪৩.৭ প...